Cartoon
View Older
গুৱাহাটী,৬ নৱেম্বৰ : অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সৌজন্যত আৰু ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১২ নৱেম্বৰত অসমৰ সকলো জিলাৰ লগতে ধুবুৰী জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব।
সকলোধৰণৰ পাৰিবাৰিক বিবাদৰ গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ আৰু অন্যান্য গোচৰসমূহৰ আপোচ মীমাংসাৰ জৰিয়তে লোক আদালতত নিষ্পত্তিকৰা হ'ব। ধুবুৰী আদালত কক্ষত হ'বলগীয়া লোক আদালতত গোচৰ মীমাংসাৰ বাবে আগবাঢ়ি আহিবলৈ ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ৰাইজক আহ্বান জনাইছে।
Comments