Cartoon
View Older
গুৱাহাটী,১১ নৱেম্বৰ:অৱশেষত আত্মসমৰ্পণ কৰিলে সদ্য নিলম্বিত চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকাই।চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ পলাতক চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকাৰ।
আৰতী তুৰীৰ হত্যাক আত্মহত্যাৰ ৰূপ দিয়াৰ গোচৰত অভিযুক্ত ধূলাৰ চক্ৰ বিষয়াগৰাকী।অজ্ঞাত স্থানৰ পৰা চি আই ডিৰ সৈতে যোগাযোগ হাজৰিকাৰ।হাজৰিকাৰ বিৰুদ্ধে মৰণোত্তৰ প্ৰতিবেদন জালিয়াতি কৰাৰ অভিযোগ।ধূলাৰ সদ্য নিলম্বিত চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকা।কাৰ্যবাহী দণ্ডাধীশ ৰূপে দায়িত্বত আছিল হাজৰিকা।
Comments