Cartoon
View Older
গুৱাহাটী,১০ নৱেম্বৰ:অৱশেষত ঘোষণা হ'ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল । গহপুৰ বিধান সভা সমষ্টিৰ ২২ নং দেউৰী স্বায়ত্তশাসিত পৰিষদত শেষ হাঁহি মাৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশাংকৰ বৰদেউৰীয়ে ।
বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী শশাংকৰ বৰদেউৰীয়ে ৯৫ টা ভোটৰ ব্যৱধানত বিজয়ী হৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । তাৰ বিপৰীতে জেপিপি দলৰ হেমন্ত দেউৰীয়ে ৬৮৪ টা ভোট আৰু আম আদমী পার্টি প্ৰাৰ্থী ৰাজু দেউৰীয়ে ২১ টা ভোট লাভ কৰে ।
Comments