Cartoon
View Older
গুৱাহাটী,১৪ নৱেম্বৰ;কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ক পুনৰ তীব্ৰ সমালোচনা বিজেপি বিধায়ক দিগন্ত কলিতাৰ।ভূপেন বৰাই ভাৰত জোড়ো যাত্ৰাত টেঙৰামি কৰা বুলি মন্তব্য কৰিলে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।
বিধায়কগৰাকীয়ে কয়, ‘ভূপেন বৰাই ভাৰত জোড়ো যাত্ৰাত টেঙৰামি কৰিছে। আগত খিলঞ্জীয়া মানুহক দি পিছত মিয়া মানুহৰ লগত খোজ কাঢ়িছে ভূপেন বৰাই।’তেওঁ লগতে কয়- দুদিন পিছত ভূপেন বৰাই অকলে খোজ কাঢ়িব লাগিব। কাষত কোনো নাথাকিব।
Comments