Cartoon
View Older
গুৱাহাটী, ১২ নৱেম্বৰঃ ২০২৩ বৰ্ষৰ মেট্ৰিক,হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰা হৈছে।
পৰীক্ষাৰ্থীয়ে অনলাইনত প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।
১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ কৰিব পাৰিব প্ৰ-পত্ৰ পূৰণ।
১৫ ডিচেম্বৰৰ ভিতৰত পৰীক্ষাৰ মাচুলৰ চালান জেনেৰেট কৰিব লাগিব।
আনহাতে, ২০ ডিচেম্বৰৰ ভিতৰত বিদ্যালয়সমূহে বেংকত ধন জমা কৰিব লাগিব।
Comments