গুৱাহাটী,২০ নৱেম্বৰ:২০২২ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় সমন্বয় বঁটা আগবঢ়োৱা হৈছে কিংবদন্তী গায়িকা ঊষা মংগেশকাৰলৈ ।
২২ নৱেম্বৰত গুৱাহাটীৰ নেডফি হাউচত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰদান কৰিব এই বঁটা ।
January 26, 2023
Comments