Cartoon
View Older
গুৱাহাটী,২১ নৱেম্বৰ:আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত এগৰাকী নগা যুৱক।সোণাৰিৰ নামতোলাত সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধন দাবী কৰা নগা যুৱকজনক।গ্ৰেপ্তাৰ হোৱা যুৱকজন টিংমন কন্যাক বুলি জানিব পৰা গৈছে।যুৱকজনৰ নাগালেণ্ডৰ মন জিলাৰ টিজিতৰ বাসিন্দা।
জানিব পৰামতে, নামতোলাৰ কেইবাজনো ব্যৱসায়ীক আলফাৰ নামত ধন দাবী কৰিছিল যুৱকজনে।ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Comments