Cartoon
View Older
গুৱাহাটী,২৩ নৱেম্বৰ:অসম-মেঘালয় সীমান্তত বৰ্তমানেও অব্যাহত আছে উত্তেজনা । সীমান্তৰ মুক্ৰ’ৰ গুলীচালনাৰ ঘটনাত এই পৰ্যন্ত মৃত্যু হৈছে ৯ জন লোকৰ । পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক তাৎক্ষণিকভাৱে কৰা হৈছে বদলি ।
জিৰিকিন্দিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক ইতিমধ্যে কৰা হৈছে নিলম্বন । তাৰোপৰি হামৰেন বন-সংমণ্ডলৰ বনৰক্ষী বিষয়া চিকাৰী ইংহিকো কৰা হৈছে নিলম্বন ।
Comments