Cartoon
View Older
গুৱাহাটী, ২৬ নৱেম্বৰঃ আল থুমামা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰুপ এ খেলখনত বাউলে দিয়া, ফামাৰা ডিধিউ আৰু বাম্বা ডিয়েঙৰ গ'লৰ সহায়ত ছেনেগালে আয়োজক কাটাৰৰ বিৰুদ্ধে ৩-১ গ'লত নিশ্চিত জয় লাভ কৰে। মহম্মদ মুন্তাৰীয়ে আয়োজক দলৰ হৈ একমাত্ৰ গ'লটো কৰে আৰু দেশৰ হৈ প্ৰথমটো গ'ল দিবলৈ সক্ষম হয়। আফ্ৰিকাৰ দলটোৱেও কাটাৰৰ তুলনাত পাঁচটা শ্বট লক্ষ্যত আছিল যাৰ তিনিটা গ'ল হয়।
Comments