Cartoon
View Older
গুৱাহাটী, ২৬ নৱেম্বৰঃৰাজ্যৰ বিদ্যুতৰ গ্ৰাহকসকললৈ সাময়িক সকাহ৷
অৱশেষত গা লৰিল শক্তি বিভাগৰ৷
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল।
পৰৱৰ্তী সিদ্ধান্ত নোহোৱালৈকে বাতিল কৰিলে মাচুল বৃদ্ধিৰ জাননী।
৭৯ পইচাকৈ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছিল বিভাগে।
এ পি ডি চি এলে এক জাননীৰ জৰিয়তে এই কথা জানিবলৈ দিছে।
Comments