Cartoon
View Older
গুৱাহাটী,২৫ নৱেম্বৰ:নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম মেচত পৰাস্ত হ'ল ভাৰত । ৩০৬ ৰানত পৰাস্ত হয় ধাৱান বাহিনী । ধাৱন, শুভমান গিল আৰু শ্ৰেয়াছ আয়াৰৰ সতে লগ লাগি পঞ্চাশ ৰাণ কৰে যদিও বিফল হয় বলাৰ সকল । আজি উমৰাণ মালিক আৰু অৰ্শদীপ সিঙে এদিনীয়াত অভিষেক ঘটায়।
উমৰানে দুটা উইকেট দখল কৰাৰ পাছতো ৬৬ ৰান দিয়ে। অৰ্শদীপে ৮.১ অভাৰত ৬৮ ৰান দিয়ে । মেন অৱ দ্য মেচ লেথামেও ৱাশ্বিংটনক প্ৰশংসা কৰে । শুকুৰবাৰে ১০৪ বলত ১৪৫ ৰানৰ ইনিংছ খেলিছিল লেথামে ।
Comments