Cartoon
View Older
তিনিচুকীয়া,২৫ নৱেম্বৰ: তিনিচুকীয়াৰ শ্ৰীপুৰীয়া নেপালী মন্দিৰৰ সমীপত যোৱা ২১ নৱেম্বৰত বিয়লি ৪ বজাত এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছিল। স্থানীয় লোকৰ আগত চন্দন বুলি নিজকে পৰিচয় দিয়ে যদিও ঘৰ কত আছিল আজি পৰ্যন্ত ঠিকনা উল্লেখ কৰা নাছিল। তেওঁ সেই এলেকাত খুজি মাগি খাইছিল।
অচিনাক্ত মৃতদেহৰ বয়স আনুমানিক ৬৫ বছৰ। সম্প্ৰতি মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। পৰিচয় নোলোৱাত প্ৰশাসন বিমোৰত পৰিছে। কোনো লোকে মৃতদেহ সন্দৰ্ভত কোনো তথ্য থাকিলে আৰক্ষীক যোগাযোগ কৰিব পাৰিব।
Comments