Cartoon
View Older
গুৱাহাটী, ২৬ নৱেম্বৰঃ বলীউডৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ শনিবাৰে ৭৭ বছৰ বয়সত মৃত্যু হয়। স্বাস্থ্যজনিত কাৰণত বিক্ৰম গোখলে পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত বিগত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল। চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি তেওঁৰ হৃদযন্ত্ৰ আৰু বৃক্ককে ধৰি বহুতো অংগ বিকল হৈ পৰিছিল।
"হাম দিল দে চুকে চানম" আৰু "ভুল ভুলিয়া"ৰ দৰে বলীউডৰ বহুটো চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল।
Comments