Cartoon
View Older
গুৱাহাটী, ২৬ নৱেম্বৰঃ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰ নদীত ফেৰীৰ সুচল যাতায়াত সুনিশ্চিত কৰিবৰ বাবে খনন কাৰ্য আৰম্ভ কৰিছে। ব্ৰহ্মপুত্ৰৰ বিভিন্ন অংশত পানীৰ স্তৰ হ্ৰাস হোৱাত ফেৰীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Comments