Cartoon
View Older
গুৱাহাটী, ২৬ নৱেম্বৰঃ অসমৰ ১৪ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক জগতলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিক সংগীত নাটক একাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সংগীত নাটক একাডেমীয়ে ২০১৯, ২০২০ আৰু ২০২১ এই তিনিটা বৰ্ষৰ বাবে ৫ গৰাকীকৈ বিশিষ্ট শিল্পীক এই বঁটাৰ বাবে বাছনি কৰিছে।
Comments