Cartoon
View Older
গুৱাহাটী,২৭ নৱেম্বৰ:অসম আৰু মেঘালয়ৰ মাজত চলি থকা সংঘাত সম্পৰ্কত মন্তব্য কৰে কৃষি তথা সীমান্ত অঞ্চল উন্নয়ন বিভাগ মন্ত্ৰী অতুল বৰাই ।
তেওঁ কয়,"মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক চিনাক্ত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শীঘ্ৰে পূৰ্বৰ দৰে সকলো পৰিস্থিতি ঘূৰি আহিব ৷"
Comments