Cartoon
View Older
গুৱাহাটী,২৮ নৱেম্বৰ:গুৱাহাটীৰ ৮ বছৰীয়া গুঞ্জন সিনহাই ঝলক দিখলা জা ১০ ৰ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিছে ।
অনুষ্ঠানটো ৩ ছেপ্টেম্বৰত ১৫ জন চেলেব্ৰিটী প্ৰতিযোগীৰ সৈতে প্ৰিমিয়াৰ হৈছিল, য’ত বিচাৰকৰ আসনত আছিল বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহী । কৌতুক অভিনেতা মনীষ পলে অনুষ্ঠানটো পৰিচালনা কৰিছিল ।
Comments