Cartoon
View Older
গুৱাহাটী, ২৮ নৱেম্বৰঃ দক্ষিণ শালমাৰা-মানকাছাৰৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক (এএছআই)ক কাৰাগাৰৰ বন্দীক মুকলি কৰিবলৈ উৎকোচ বিচৰাত আটক কৰা হয়। অভিযুক্ত আৰক্ষী বিষয়াজন সঞ্জীৱ মজুমদাৰ বুলি জানিব পৰা গৈছে।
তেওঁ ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্রেপ্তাৰ হোৱা কয়দীক মুকলি কৰাৰ বিনিময়ত উৎকোচ বিচৰাত হাতে-লোটে ধৰা পৰে ,যি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ঘটনাটোৰ পিছত আৰক্ষীজনক ৰিজাৰ্ভ ক্ল’জত লোৱা হৈছে।
Comments