Cartoon
View Older
গুৱাহাটী,২৮ নৱেম্বৰ:ফিফা বিশ্বকাপৰ প্ৰথম খন খেল উপভোগ কৰিবলৈ যোৱা প্ৰত্যেকজন দৰ্শকে লাভ কৰিলে এক বিশেষ উপহাৰ । বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলখন উপভোগ কৰিবলৈ গৈছিল প্ৰায় ৬৭০০০ ক্ৰীড়াপ্ৰেমী। সেই খেলখনতেই দিয়া হৈছিল এই উপহাৰ কেইটা ।
এই গিফ্ট হেম্পাৰটোত আছিল পাৰফিউম,এটা ফুটবল,এটা চোলা আৰু এটা বিশেষ বটল । তদুপৰি বেগটোত আছিল এইবাৰ বিশ্বকাপৰ মেচকত লাইবৰ পুতলা আৰু এটা সৰু স্মাৰক উপহাৰ। এইসমূহ উপহাৰ লাভ কৰি সাধাৰণতে উৎফুল্লিত হৈ পৰিছে ফুটবল প্ৰেমী সকল ।
Comments