Cartoon
View Older
গুৱাহাটী, ২৮ নৱেম্বৰঃ এইবাৰ ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী।পি এম এ ৱাই গৃহৰ ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দাদা তথা ফিল্ম ষ্টাৰ শুকুৰ আলী।চৰকাৰী আঁচনিৰ নামত টকা লৈ দৰিদ্ৰক প্ৰৱঞ্চনাৰ অভিযােগত ৰাইজৰ ৰােষত পৰিল শুকুৰ আলী।
শুকুৰ আলীৰ বিৰুদ্ধে জব কাৰ্ডৰ টকা আত্মসাৎ কৰাৰ অভিযোগ একাংশ লোকৰ।ৰাইজৰ ওচৰত জবাবদিহী হ’বলগীয়া হ’ল শুকুৰ আলী।কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ মদাতীত একাংশ ক্ষুব্ধ লোকে শুকুৰ আলীক লপা-থপা দি গতাই দিলে আৰক্ষীক।উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মহকুমাৰ মদাতী ভিচিডিচিৰ বিজেপি দলৰ পৰা মনোনrত চেয়াৰমেন শুকুৰ আলী।
Comments