Cartoon
View Older
গুৱাহাটী, ২৮ নৱেম্বৰঃ অসম-মেঘালয় সীমান্তক মুক্ৰ'হত গুলীচালনাৰ ঘটনাত নিহত হোৱা বনৰক্ষী বিদ্যাসিং লেখতেৰ পৰিয়ালবৰ্গলৈ ১৪ লাখ টকাৰ আৰ্থিক অনুদানসহ চৰকাৰে লেখতেৰ পত্নীক এটা চৰকাৰী চাকৰি প্ৰদান কৰিব। এই ঘটনাত নিহত হোৱা ছয়জনৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব।
তদুপৰি, অসম পাহাৰ অঞ্চল উন্নয়ন মন্ত্ৰী যোগেন মোহন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে বনৰক্ষীগৰাকীৰ ঘৰলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে উক্ত বিষয়কেইটা ঘোষণা কৰে।
Comments