Cartoon
View Older
গুৱাহাটী,২৯ নৱেম্বৰ:এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিঙৰ ঘটনা।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই উদঙাইছে ন ন শিক্ষানুষ্ঠানৰ ৰেগিঙৰ অধ্যায়।এইবাৰ কনিষ্ঠ ছাত্ৰক ৰেগিং কৰি বহিষ্কাৰ হ’ল অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন ছাত্ৰ।
মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন ছাত্ৰক।৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয় অস্থি ৰোগ বিভাগৰ দুই ছাত্ৰক ৷ বহিষ্কাৰ হোৱা ছাত্ৰদ্বয় হৈছে- ডাঃ চয়ন মুখাৰ্জী, ডাঃ চাকেত শ্বৰাফ।
Comments