Cartoon
View Older
গুৱাহাটী,২৯ নৱেম্বৰ:মেঘালয়ৰ ৩জন বিধায়কৰ পদত্যাগ।শাসকীয় এন পি পিৰ ২জন আৰু টি এম চিৰ এজনৰ পদত্যাগ।এন পি পিৰ ফেৰলিন চাংমা, বেনেডিক মাৰাকৰ পদত্যাগৰ লগতে পদত্যাগ কৰিলে টি এম চি বিধায়ক এইচ এম ছাংপ্লিয়াঙে।
পদত্যাগ পত্ৰ অৰ্পন কৰি বিধায়ক এইচ এম ছাংপ্লিয়াঙে কয় যে, টি এম চি জনসাধৰণৰ ওচৰ চাপিব পৰা নাই।মেঘালয় বিধানসভাৰ অধ্যক্ষক মেটবাহ লিংডোৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে তিনিওগৰাকী বিধায়কে।ডিচেম্বৰত তিনিওজন নেতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
Comments