Cartoon
View Older
যোৰহাট, ২৯ নবেম্বৰঃ ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকীত যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নগৰৰ ট্ৰাক ষ্টেন্দত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
যোৰহাটৰ বিভিন্ন সংগঠন বিষয়ববীয়া, ছাত্ৰ নেতা গৰাকীৰ পিতৃ-মাতৃৰ লগতে আছুৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। যোৱা এবছৰে দোষীয়ে উচিত শাস্তি লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰে ছাত্ৰ নেতা গৰাকীৰ পিতৃ-মাতৃয়ে। উল্লেখ্যযোগ্য যে ২০২১চনৰ আজিৰ দিনটোতে নগৰৰ মাজমজীয়াৰ ট্ৰাক ষ্টেণ্ডত এদল লোকে মৰিয়াই মৰিয়াই অনিমেষ ভূঞাক হত্যা কৰিছিল।
Comments