Cartoon
View Older
গুৱাহাটী,২৯ নৱেম্বৰ:গুজৰাটৰ মুঠ ১৮২খন আসনৰ ভিতৰত ৮৯ খন আসনৰ বাবে অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ মঙলবাৰে সমাপ্ত হ’ব ।
১ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । বাকী ৯৩ খন আসনৰ বাবে ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থীৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মঙলবাৰে ক্ৰমে ভৱনগৰ আৰু গান্ধীধামত প্ৰচাৰ চলাব ।
Comments