Cartoon
View Older
গুৱাহাটী, ২৯ নৱেম্বৰঃ জনপ্রিয় মাইক্ৰ'ব্লগিং ছাইট টুইটাৰৰ লিখা বৰ্ণৰ সীমা পূৰ্বৰ নিৰ্ধাৰিত ২৮০ টাৰ পৰা ১০০০ বৰ্ণলৈ সম্প্ৰসাৰিত হ'ব বুলি গৰাকী ইলন মাস্কে জানিবলৈ দিয়ে। চিইঅ' ইলন মাস্কে এজন ব্যৱহাৰকাৰীৰ পৰামৰ্শৰ উত্তৰত এই বিষয়টো প্ৰকাশ কৰে।
বিশেষ প্ৰতিবেদন অনুসৰি, টুইটাৰক প্ৰথমতে ১৪০ টা বৰ্ণৰ ভিতৰত লিখাৰ সীমা থকাৰ বাবে "মাইক্ৰ'ব্লগিং ছাইট" বুলি কোৱা হয়। অৱশেষত, ২০১৭ চনত এই সীমা ২৮০ টা বৰ্ণলৈ বৃদ্ধি কৰা হয়।
Comments