Classifieds
View All
গুৱাহাটী, ১২ নৱেম্বৰ: জেলৰ পৰা মুকলি হোৱাৰ পিছতেই অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক মুকলি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায় । অৰ্ণৱ গোস্বামীয়ে আজি নিজৰ অনুষ্ঠান পুছতা হে ভাৰতত কয় যে আজিকালি উদ্ধৱ থাকৰেৰে দপ্তৰত কেৱল অৰ্ণৱ গোস্বামী আৰু ৰিপাব্লিক টিভিৰ কথা আলোচনা হয়। অৰ্ণৱ গোস্বামীয়ে উদ্ধৱ থাকৰেক তেওঁ এয়া ভাল কৰা নাই বুলি উল্লেখ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনায় । অৰ্ণৱ গোস্বামীয়ে উদ্ধৱ থাকৰেক মুকলি বিতৰ্কৰ বাবে আহ্বান জনায় আৰু এই অনুষ্ঠান টিভিত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব বুলি উল্লেখ কৰে ।
Comments