Cartoon
View Older
গুৱাহাটী, ১৫ নবেম্বৰ: শেহতীয়াকৈ পাকিস্তানে সীমান্তত কৰা যুদ্ধবিৰতি উলংঘনৰ ঘটনা সম্পৰ্কে কাশ্মীৰৰ বিএছএফৰ ইন্সপেক্টৰ জেনেৰেল ৰাজেশ মিশ্ৰই কয় যে পাকিস্তানে সীমান্তত কৰা যুদ্ধবিৰতি উলংঘনৰ ঘটনাৰ বাবে সাধাৰণ জনতাৰ ওপৰত বিশেষ প্ৰভাৱ পৰিছে ৷ তেওঁলোকৰ সম্পত্তি ধ্বংসকে ধৰি বিভিন্ন অঘটন সংঘটিত হৈছে ৷ এই ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘাৰ বিষয়টো আন্তৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰা উচিত হ’ব ৷
Comments