Classifieds
View All
গুৱাহাটী, ১৫ নবেম্বৰ: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং আক্ৰান্ত হ’ল ক’ভিড ১৯ত ৷ বিৰেন সিঙে টুইটাৰত এই কথা উল্লেখ কৰি কয় যে তেওঁ ক’ভিড ১৯ পজিটিভ হৈছে ৷
যিসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক অন্যৰ পৰা পৃথকে থাকি পৰীক্ষা কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে মণিপুৰত বৰ্তমানলৈ ২১,৬৩৬জন ব্যাক্তি ক’ভিড ১৯ত আক্ৰান্ত হৈছে ৷ ১৮,৩৩৪ জন সুস্থ হোৱাৰ বিপৰীতে ২১৮ জনৰ মৃত্যু হৈছে ৷
Comments