Classifieds
View All
গুৱাহাটী, ২৩ নবেম্বৰ: ভাৰতৰ প্ৰখ্যাত কৌতুক অভিনেত্ৰী ভাৰতী সিং আৰু তেখেতৰ পতি হর্ষ লিম্বাচিয়াক ন্যায়ালয়ে জামিন প্ৰদান কৰে ৷ উল্লেখ্য যে দুয়োজনকে এনচিবিয়ে তেওঁললোকৰ বাসগৃহত নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল ৷ ৰবিবাৰে ভাৰতী আৰু হর্ষক নয়ায়ালয়ে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যাৰ পিছত ভাৰতীক কল্যান জেল আৰু হর্ষক ত্যাল’জা জেললৈ লৈ যোৱা হৈছিল ৷ ভাৰতী আৰু হর্ষক ধাৰা এনডিপিএছৰ ২০(বি)(ii) (ক্ষুদ্ৰ মাত্ৰাত ড্ৰাগছ মজুত ৰখা), ৮(চি) ড্ৰাগছ গ্ৰহণ কৰা আৰু ২৭ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল ৷
Comments