Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৪নবেম্বৰ:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তেষ্টিক্ৰিয়াৰ বাবে মাটি নাই গুৱাহাটীত।গুৱাহাটীত প্ৰয়োজনীয় মাটিৰ অভাৱ।সেইবাবে চৰকাৰে আমিনগাওঁ আৰু সোণাপুৰত মাটিৰ ব্যৱস্থা কৰিছে।
প্ৰদেশ কংগ্ৰেছ আৰু তৰুণ গগৈৰ পৰিয়ালে ইচ্ছা প্ৰকাশ কৰিলে এই দুই ঠাইৰ এটা স্থান বাচি ল'ব পাৰে।ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।
তেওঁ লগতে কয় যে,তৰুণ গগৈক নশ্বৰ দেহ যোৰহাটলৈ নিয়াৰ কোনো পৰিকল্পনা নাই।আনহাতে আমিনগাঁৱত তৰুণ গগৈৰ অন্তেষ্টিক্ৰিয়া কৰিলে মই নিজেও সুখী হ'ম বুলি উল্লেখ কৰে।
Comments