Classifieds
View All
গুৱাহাটী, ২৫ নবেম্বৰ: ইণ্ডিয়ান চুপাৰ লীগত আজি মুখামুখি হ’ব এফ চি গোৱা আৰু মুম্বাই চিটি এফ চি ৷ সন্ধিয়া ৭.৩০ৰ পৰা গোৱাৰ ফটোর্ডা জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত আৰম্ভ হ’ব
গোৱা দলে প্ৰথমখন খেলত বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২-২ গলৰ ড্ৰ খেলিছিল আনহাতে মুম্বাই দল নৰ্থ ইষ্ট ইউনাইটেড দলৰ হাতত ০-১ত পৰাজিত হৈছিল ৷
আজিৰ খেলখনত দুয়োটা দলেই বিজয়ী হৈ আইএছএল ২০২০-২১ত প্ৰথম বিজয়ৰ সোৱাদ ল’ব বিচাৰিব ৷
Comments