Published on November 25, 2020 | News Source: জনমভূমি সংবাদ
গুৱাহাটী, ২৫ নবেম্বৰ: ২০২০ চনৰ আৰু এটা দুখৰ কবৰ ৷ আৰ্জেন্টিনাৰ কিংবদন্তী ফুটবল খেলুৱৈ ডিয়েগো ম্যাৰাডোনা আৰু এই পৃথিৱীত নাই ৷ আজি ৬০ বছৰ বয়সত খেলুৱৈ গৰাকীৰ মৃত্যু হয় ৷ এমাহ আগতে মগজুৰ এক অস্ত্ৰোপচাৰ হৈছিল খেলুৱৈ গৰাকীৰ ৷
Comments