Classifieds
View All
গুৱাহাটী, ২৯ নবেম্বৰ: উত্তৰ প্ৰদেশ চৰকাৰে বেআইনীভাৱে ধর্ম পৰিৱর্তন কৰাৰ বিৰুদ্ধে অনা বেআইনী ধর্ম পৰিৱৰ্তন প্ৰতিষেধ অধিসূচনাত ৰাজ্যপালে হস্তাক্ষৰ কৰাৰ এদিন পিছতেই এই বিষয়ত প্ৰথমটো গোচৰ ৰুজু হৈছে ৷ জানিবলৈ পোৱা অনুসৰি উবেইছ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধ এই অধিসূচনাৰ ভিত্তিত গোচৰ ৰুজু হৈছে ৷ বৰ্তমান সময়ত অভিযুক্ত ব্যক্তি জন পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাইছে ৷
Comments