Classifieds
View All
গুৱাহাটী, ২ ডিচেম্বৰ: ৰাছিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হোৱা ক’ভিড ১৯ৰ ভেকচিন স্পুটনিক ভিৰ ২/৩ পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষা ভাৰতত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৷ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড (আৰডিআইএফ) আৰু ডাঃ ৰেদ্দী পৰীক্ষাগাৰে এই কথা সংবাদমাধয়মক জানিবলৈ দিয়ে ৷ যোৱা মাহত আৰডিআইএফে কৈছিল যে স্পুটনিক ভি ভেকচিন ৯২% কাৰ্যকৰী ৷
Comments