Classifieds
View All
গুৱাহাটী, ২ ডিচেম্বৰ: ইউনাইটেড কিংডম(ইউকে)ত পিফাইজাৰ আৰু বায়’এনটেকৰ দ্বাৰা প্ৰস্তুত কৰা কৰ’নাভাইৰাচৰ বিৰুদ্ধে ভেকচিনে ব্যৱহাৰৰ কৰাৰ বাবে অনুমতি লাভ কৰিছে ৷ ইউকে চৰকাৰে দিউা বিবৃতি অনুসৰি চৰকাৰে ইণ্ডিপেনণ্ডেট এণ্ড হেলথকেয়াৰ প্ৰডাক্টাছ ৰেগুলেটৰী এজেন্সীয়ে দিয়া পৰামৰ্শৰ পিছতে এই ভেকচিন ব্যৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰে ৷ ইউকেত অহা সপ্তাহৰ পৰা এই ভেকচিন উপলব্ধ হ’ব ৷
Comments