Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৩ ডিচেম্বৰ:সকলো তদন্তকাৰী সংস্থাৰ কাৰ্যালয় আৰু লকআপত লগাব লাগিব চি চি কেমেৰা।দেশৰ সকলো চি বি আই, এন আই এ, ই ডি, এন চি বি, ডি আৰ আইৰ দৰে তদন্তকাৰী সংস্থা, আৰক্ষী থানাৰ প্ৰৱেশ পথ,লক আপ,কৰিডৰ,থানাৰ সন্মুখৰ ৰূমৰ উপৰিও সকলো অফিচাৰ আৰু বাথৰূমৰ বাহিৰত চি চি কেমেৰা সংস্থাপন কৰিব লাগিব।
চাউণ্ড চিষ্টেম সংলগ্ন চি চি কেমেৰা লগাবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে।এই চি চি কেমেৰাত সকলো ফুটেজ ১৮মাহ পৰ্যন্ত ৰখাটো বাঞ্চনীয় বুলি নিৰ্দেশত কোৱা হৈছে।
Comments