Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ২ ডিচেম্বৰ:কৰ’নাত আক্ৰান্ত বলিউদৰ অভিনেতা তথা বিজেপিৰ সাংসদ চানী দেউল।অভিনেতা গৰাকীয়ে বুধবাৰে নিজে এই কথা জানিবলৈ দিয়ে।টুইটযোগে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা সাদৰি কৰে অভিনেতা গৰাকীয়ে।মঙলবাৰে অভিনেতা গৰাকী কৰ’নাত আক্ৰান্ত হয়।
টুইটাৰযোগে এই কথা জানিবলৈ দি অভিনেতা গৰাকীয়ে টুইটটোত লিখিছে যে,"মই কৰ’না পৰীক্ষা কৰিছিলো আৰু ৰিপ’ৰ্ট পজিটিভ আহিছে।মই বৰ্তমান কোৱাৰেণ্টাইনত আছো আৰু মোৰ স্বাস্থ্য ভাল।
মই অনুৰোধ কৰো যে, যোৱা কিছুদিনত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে যাতে আইছ’লেশ্যনত থাকে আৰু ক’ৰ’না টেষ্ট কৰে।
Comments