Classifieds
View All
গুৱাহাটী, ৫ ডিচেম্বৰ: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অনলাইন গেমিং, ফেণ্টাচী ক্ৰীড়া আদিৰ ওপৰত পৰামৰ্শ জাৰি কৰিছে। মন্ত্ৰালয়ে সম্প্ৰচাৰক সকলক ভাৰতৰ বিজ্ঞাপন মানক কাউন্সিলৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাসমূহ পালন কৰিবলৈ পৰামৰ্শ দিছে। উক্ত মন্ত্ৰালয়ে লগতে পৰামৰ্শ দিছে যে বিজ্ঞাপনবোৰে আইন বা আইনৰ দ্বাৰা নিষেধ কৰা কোনো কাৰ্যকলাপক উদগনি দিব নালাগিব বুলি উল্লেখ কৰিছে ৷
অধিক তথ্যৰ বাবে :
Comments