Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৫ ডিচেম্বৰ:চন্দ্ৰৰ বুকুত চীনৰ পতাকা।চন্দ্ৰৰ বুকুত পতাকা স্থাপন কৰা পৃথিৱীৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হল চীন।আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ৫০ বছৰৰো অধিক সময় পাছত চীনে চন্দ্ৰৰ বুকুত নিজ দেশৰ পতাকা স্থাপন কৰিবলৈ সক্ষম হ’ল।
চন্দ্ৰৰ বুকুৰ পৰা গৱেষণাৰ বাবে শিল আৰু বালি সংগ্ৰহ কৰি উভতি অহাৰ সময়ত চীনৰ চেঞ্জ-৫ য়ে কেমেৰাৰে তোলা চন্দ্ৰৰ বুকুত চীনৰ পতাকাৰ আলোকচিত্ৰ বৃহস্পতিবাৰে চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসকে মুকলি কৰে।
Comments