Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,১১ ডিচেম্বৰ:মহানগৰৰ বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড।
শ্যামল সাহা নামৰ লোকৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।
চাৰিটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত ৫ টাতকৈ অধিক বাসগৃহ জুইত জাহ যায়।
উল্লেখযোগ্য যে,অগ্নিকাণ্ডত প্ৰায় ৮ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়।
Comments