Classifieds
View All
গুৱাহাটী, ২১ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ইণ্ডিয়া ইণ্টাৰনেচনেল চাইন্স ফেষ্টিভেল কাইলৈ সন্ধিয়া ৪.৩০ বজাত উদ্ধোধন কৰিব ৷
দেশৰ স্বাস্থ্য মন্ত্ৰী ড০ হর্ষ বর্ধনে এই কথা আজি প্ৰকাশ কৰি কয় যে এই বিশেষ ফেষ্টিভেল ২২ ডিচেম্বৰত বিখ্যাত গণিতজ্ঞ ৰামানুজনৰ জন্মদিনৰ পৰা আৰম্ভ হৈ ২৫ ডিচেম্বৰত অতল বিহাৰী বাজপেয়ীৰ জন্মদিনত সমাপ্তি পৰিব ৷ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সামৰণি অনুষ্ঠানত ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু উপস্থিত থাকিব ৷
এইবাৰৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চাইন্স ফেষ্টিভেলৰ মূল বিষয়বস্তু “আত্মনির্ভৰ ভাৰত আৰু বিশ্ব কল্যাণৰ বাবে বিজ্ঞান” ৷
Comments