Cartoon
View Older
চেলেংহাট ২১ডিচেম্বৰঃ মৰিয়নিৰ চেলেংহাটত উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ সামাজিক সাংস্কৃতি অনুষ্ঠানৰ উদ্যোগত তথা সমুহ চেলেংহাট বাসী ৰাইজৰ সহযোগত আজি পূবৰ অৰুন চিৰ পূজ্য জন নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠিত।পুৱা গায়নে বায়নে তৰুন গগৈৰ প্ৰতিচ্ছবি লৈ চেলেংহাটৰ মাজেদি কৰা শুভাযাত্ৰাত বহু লোকে শ্ৰদ্ধাঞ্জলী জনায়।
আনহাতে বুধবৰীয়া বজাৰ প্ৰাঙ্গনত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসঙ্গৰ লগতে দিহা নাম পৰিবেশন কৰে স্থানীয় যুৱক সকলে। প্ৰয়াত জন নেতা গৰাকীলৈ চেলেংহাট অঞ্চলৰ বহু কেইটা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
Comments