Classifieds
View All
গুৱাহাটী, ২০ ডিচেম্বৰঃ ২০২১ চনৰ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ বাবে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে চাৰিটাকৈ স্থানীয় খেল অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে ২০২১ চনৰ খেল’ ইণ্ডিয়া য়ুথ গেমছ হাৰিয়ানা অনুষ্ঠিত হ’ব ৷ নতুনকৈ অন্তৰ্ভুক্ত হ’ব লগা খেলৰ নাম হ’ল গাটকা, কালাৰিপায়ত্তু, থাং-টা আৰু মল্লখাম্বা। নতুনকৈ অন্তৰ্ভুক্ত হোৱা চাৰিবিধ খেলে দেশৰ চাৰি অঞ্চলক প্ৰতিনিধিত্ব কৰে।
কালাৰিপায়ত্তু উৎস হ’ল কেৰেলা
গাটকাৰ উংস হ’ল পাঞ্জাৱ
থাং-টাৰ উৎস হ’ল মণিপুৰ
মল্লখাম্বৰ উংস ভাৰতত ১২০০ শতিকাত হৈছিল বুলি জনা যায়
Comments