Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ১০ আগষ্ট:ইলেক্ট্ৰিক কুকাৰৰ সহায়ত ছেনিটাইজ কৰিব পাৰি N95 মাস্ক।এই প্ৰক্ৰিয়া সহজতে ঘৰতে কৰিব পৰা যাব।জানিব পৰা মতে, ইয়াত কোনো ধৰণৰ অন্য ৰাসায়নিক পদাৰ্থৰো ব্যৱহাৰ কৰিব নালাগে।এনভাইৰেনমেণ্ট চাইঞ্চ এণ্ড টেকন’লজী লেটাৰ্চত প্ৰকাশিত অধ্যয়ন অনুসৰি, "ইলেক্ট্ৰিক কুকাৰত মাস্ক ৫০মিনিট সময় ড্ৰাই হিট কৰিলে ইয়াৰ বাহিৰে-ভিতৰে সকলো ছেনিটাইজ হৈ যায়।ইলেক্ট্ৰিক কুকাৰত মাস্ক ছেনিটাইজ কৰিলে ইয়াৰ ফিল্টাৰ খনটো কোনো ধৰণৰ ক্ষতি নহয়।"
Comments