অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰীত হোৱা প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰ অন্যতম মুখ্য অভিযুক্ত অক্ষয় চান্দৰ জামিন অবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে ৷ উপ পৰিদর্শক পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ অন্যতম প্ৰতিষ্ঠান অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী আছিল অক্ষয় চান্দ ৷
Read Moreশিৱসাগৰত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনত আলোচনাৰ অন্তত দলীয় নেতৃবৰ্গই লুৰীণজ্যোতিৰ নাম সভাপতি হিচাবে চূড়ান্ত কৰে।জগদীশ ভূঞাক এজেপিৰ সাধাৰণ সম্পাদক ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে।এজেপিৰ উপ-সভাপতি পদত ১১ গৰাকীক নিযুক্তি দিয়া হৈছে।
Read Moreভাৰতীয় ৰে’লে নিজৰ ২১খন নিযুক্তি ব’ৰ্ডৰ জৰিয়তে তিনিটা পৰ্যায়ত ১.৪লাখ খালী পদ পূৰণ কৰিবলৈ বৃহৎ নিযুক্তি অভিযান মঙলবাৰৰ পৰা আৰম্ভ কৰিব ৷ ৰে’ল বিভাগৰ পৰা প্ৰকাশ কৰা হৈছে যে বিভিন্ন চহৰত ২.৪৪কোটিৰ অধিক প্ৰাৰ্থীয়ে এই নিযুক্তি অভিযানত অংশ ল’ব ৷
Read Moreটপচেম চিমেণ্টে শেহতীয়াকৈ বাংলাদেশৰ কূটনৈতিক বিষয়াৰ পত্নীক প্ৰতিষ্ঠানটোৰ গুৰুত্বপূৰ্ণ পদৱীত থকাৰ সম্পৰ্কত প্ৰচাৰ হোৱা বাতৰি সম্পৰ্কে স্পষ্টীকৰণ দি কয় যে এনে কোনো নিযুক্তি প্ৰদান কৰা হোৱা নাই
Read Moreডিব্ৰুগড়ত ছিটাকৰণ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰিব স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷চৰকাৰে সর্বপ্রথমে কৰ’না যোদ্ধাসকলকহে ভেকচিন প্রদানত গুৰুত্ব দিছে৷
Read More