শেহতীয়াকৈ কুমাৰ কৃষ্ণন আয়াৰ আৰু হিউনিল চৌহানক পাবজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।
ভাৰতে নিৰাপত্তা জনিত কাৰণ উল্লেখ কৰি যোৱা বছৰৰ ২ ছেপ্টেম্বৰত পাবজি ম'বাইল আৰু পাবজি ম'বাইল লাইট দুয়োটা নিষিদ্ধ কৰিছিল।
পাবজি গেমাৰ সকলৰ বাবে সুখবৰ ৷ এক নতুন ৰূপত ভাৰতীয় সকলৰ বাবে আহি আছে পাবজি ম'বাইল গেম ৷ এইবাৰ পাবজি গেমৰ ভাৰতত নাম হ‘ব পাবজি ম'বাইল ইণ্ডিয়া
দেশত নিষিদ্ধ কৰা হল জনপ্ৰিয় গেম প্লেয়াৰ আন'ওন বেটলগ্ৰাউণ্ড চমুকৈ পাবজি । দেশৰ ১১৮টা মোবাইল এপৰ লগতে এই গেমটো বন্ধ কৰা হব ।
April 22, 2021