"সমাজৰ সকলো অপসংস্কৃতি আৰু কু সংস্কাৰৰ লগতে হিংসা আৰু কপততা এই সকলো বিলাক মেজিৰ জুইত জাহ যাওক" -মাৰ্ঘেৰিটাত ভোগালী মেলাত মূখ্যমন্ত্ৰী শুভ উদ্ধোধন কৰি সৰ্বানন্দ সোনোৱাল।লিডু আৰু মাৰ্ঘেৰিটাত দুখনকৈ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শুভ উদ্ধোধন কৰে মূখ্যমন্ত্ৰীয়ে।
Read More