Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5795

Search Result of COVIDcare


      • অসম চৰকাৰলৈ অনুৰোধ: কেৱল ‘আতংকিত নহ'ব’ৰে নহয়, তলৰ কথাখিনি নিয়মিয়াকৈ প্ৰচাৰ কৰক

        সচেতন ব্যক্তি হিচাপে কভিড সজাগতা আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া অধিক ফলপ্ৰসু হ’বৰ বাবে চৰকাৰলৈ কেইটামান অনুৰোধ ইতিমধ্যে ’দৈনিক জনমভূমি’ কাকতৰ সম্পাদকলৈ  চিঠি হিচাপে আগবঢ়োৱা হৈছে।  কোভিড জনিত বৰ্তমান পৰিস্থিতিত কেৱল আতংকিত নহ’ব বুলি কৈ থাকিলেই কামত নাহিব। তলত উল্লেখকৰা তথ্য খিনি নিয়মীয়াকৈ সৰ্বসাধাৰণে গম পাই থাকিলে সমূহীয়া আতংক কমিব আৰু ৰাইজৰ মনোবল বাঢ়িব, ই হস্পিটেলত চিকিৎসা লওঁতে হোৱা বিলম্ব ৰোধ কৰিব, আৰু ৰোগী সকলৰ শাৰীৰিক-মানসিক কষ্টও হ্ৰাস কৰিব।

        Read More
      Cartoon
      View Older

       

      August 4, 2021

      Create Account