ভাৰত জোড়ো যাত্ৰা পাঞ্জাৱত ৭ দিন পৰ্যন্ত চলাৰ অন্তত পাঠানকোট হৈ জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব বুলি জানিবলৈ পৰা গৈছে ।
Read Moreবিশ্ববিদ্যালয়খনৰ পৰা MBA, MCOM, LLM, BBA, MCA আদি পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ১০৮ গৰাকী ছাত্ৰ-ছাত্ৰীক অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য প্ৰফেচাৰ জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে ডিগ্ৰী সমূহ প্ৰদান কৰে ।
Read Moreএইখন ডাম্পিং গ্ৰাউণ্ডতে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আৰু জাতিৰ পিতা মহাত্মা গান্ধীয়ে হাজাৰ হাজাৰ লোকৰ সন্মুখত উদাত্ত ভাষণ আগবঢ়ায় ৰাইজক দীৰ্ঘ সময় দেশপ্ৰেমেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল
Read MoreThe third tallest flag in the country is seen flying half-mast at Gandhi Mandap in Guwahati after the Assam Government on Monday announced three-day mourning on the demise of former Assam Chief Minister Tarun Gogoi.
Read More